ভিটালী দাসৰ স্বাস্থ্যৰ শেহতীয়া তথ্য - কালাপাহাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11486270-thumbnail-3x2-aaa.jpg)
কালাপাহাৰস্থিত ক’ভিড হাস্পতালত বৰ্তমানেও চিকিৎসাধীন জনপ্ৰিয় গায়িকা ভিটালী দাস ৷ কৰ’ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে শিল্পীগৰাকী ৷ বৰ্তমান আইচিইউত চিকিৎসাধীন হৈ আছে অসমৰ জনপ্ৰিয় শিল্পী গৰাকী ৷ সামাজিক মাধ্যম আনকি একাংশ সংবাদ মাধ্যমতো বুধবাৰে ভিটালী দাসৰ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল ৷ কণ্ঠশিল্পীৰ আশু আৰোগ্য় কামনা কৰিছে ৰাজ্য়বাসীয়ে ৷ ভিটালী দাসৰ স্বাস্থ্যৰ শেহতীয়া তথ্য সম্পৰ্কত আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন-