কাছাৰত কৰ'ণা আক্ৰান্তৰ সংখ্যা 11 গৰাকীলৈ বৃদ্ধি - কৰ'ণা আক্ৰান্ত
🎬 Watch Now: Feature Video

কাছাৰ জিলাৰ ভিন্ন এলেকা ছীল কৰি দিয়া সত্বেও কমা নাই কৰ'ণা আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈ জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 11 গৰাকীলৈ । ৰাজস্থানৰ পৰা অহা বাছ যাত্ৰীৰ মাজত 10 গৰাকী যাত্ৰীৰ দেহত ধৰা পৰে কৰ'ণাৰ অৱস্থিতি । এই পৰিস্থিতিক লৈ বৰ্তমান আতংকময় পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ জিলাখনতে ।