Shiladitya dev on Sherman Ali: শ্বেৰমান আলিক এইবাৰ থকা-সৰকা শিলাদিত্য দেৱৰ

By

Published : Feb 3, 2022, 9:39 PM IST

thumbnail
চৈয়দ মহম্মদ ছাদুল্লাৰ পুনৰ জন্ম হ’ল (Muhammed Saadulah)৷ ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী এইবাৰ জন্ম হ’ল শ্বেৰমান আলিৰ ৰূপত (Sherman Ali controversy) ৷ পাৰিলে চৰকাৰে আকৌ এবাৰ শ্বেৰমান আলিক জেললৈ পঠাবলৈ উপদেশ দিলে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ৷ সংবাদমাধ্যমৰ আগত শিলাদিত্য দেৱে এনেদৰে কোৱাৰ লগতে ভৱিষ্যতবাণী কৰিলে যে, বিজেপি দল কমেও আৰু 20ৰ পৰা 25 বছৰ শাসনত থাকিব ৷ তেতিয়ালৈকে শ্বেৰমান আলি হয়তো ৰাজনীতিত নাথাকিব ৷ শ্বেৰমান আলিৰ মানসিক সমস্যা হোৱাৰো উমান পালে শিলাদিত্য দেৱে (Shiladitya dev on Sherman Ali) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.