হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 'ছেবা'ৰ বিশেষ গাইডলাইন - হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 'ছেবা'ৰ বিশেষ গাইডলাইন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 16, 2021, 8:51 PM IST

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে । 'এক্স' প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত । প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী বহাৰ বিপৰীতে দ্বিতীয় বেঞ্চৰ মাজত এজন পৰীক্ষাৰ্থী বহিব । মাস্ক আৰু ছেনিটাইজাৰৰ বাবে প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে ২৫ টকা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.