মৰিয়নীত ঘৰে ঘৰে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ - ৰাইজৰ দল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13466948-thumbnail-3x2-hjsjjs.jpg)
মৰিয়নীত ঘৰে ঘৰে প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে । বিজেপিৰ প্ৰতিশ্ৰুতিত ভুল নাযায় মৰিয়নীবাসী ৷ প্ৰকৃত উন্নয়নৰ স্বাৰ্থত ৰাইজৰ দলকে আস্থাত ল'ব বুলি প্ৰচাৰ কালত সাংবাদিকৰ আগত কয় সঞ্জীৱ গগৈয়ে ৷