কি হ'ব ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ পৰৱৰ্তী সিদ্ধান্ত ? - Samujjal Kumar Bhattacharya's comment
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9623173-1012-9623173-1606022310941.jpg)
সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনৰ অন্তিম দিনটোত নিৰ্বাচিত হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সভাপতি আৰু সাধাৰণ সম্পাদক ৷ কেন্দ্ৰীয় সমিতি তথা জেষ্ঠ আছু কৰ্মী সকলৰ সিদ্ধান্ত মৰ্মে দীপাংক নাথক পুনৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ লগতে আৰু শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ৷ নৱ নিৰ্বাচিত সভাপতি, সম্পাদকক শুভেচ্ছা জ্ঞাপন কৰি আছু ত্যাগৰ সিদ্ধান্ত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷