শিলচৰৰ তামাল বণিকৰ হৈ ৰণডংকা বজালে শচীন পাইলটে - কংগ্ৰেছ প্ৰাৰ্থী তামাল বানিক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11190979-thumbnail-3x2-img.jpg)
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত চলি আছে নিৰ্বাচনী প্ৰচাৰ ৷ শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী তামাল বণিকৰ হৈ ৰণডংকা বজালে শচীন পাইলটে ৷ শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ উলিওৱা ৰেলীত অংশগ্ৰহণ কৰে পাইলটে ৷