thumbnail

By

Published : May 2, 2021, 8:10 PM IST

ETV Bharat / Videos

জয়ৰ দিশত ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গুৱালা

জয় নিশ্চিত ডুমডুমাৰ বিজেপি প্ৰাৰ্থী ৰূপেশ গুৱালা । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গুৱালাই কয় যে, বৰ্তমান বিধায়ক গৰাকীৰ 10 বছৰজোৰা অপশাসনৰ পিছত তেওঁৰ জয় নিশ্চিত হৈ পৰিছিল ৷ এই জয়ৰ বাবে প্ৰাৰ্থী গৰাকীয়ে ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দৰ শলাগ লৈ ধন্য়বাদসূচক মন্তব্য় প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.