ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়া শাৰীত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা - polling station
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3035333-thumbnail-3x2-b.jpg)
পুৱাই নগাঁৱৰ ভোটকেন্দ্ৰত উপস্থিত প্ৰাৰ্থী ৰূপক শৰ্মা ৷ মহিলাৰ দ্বাৰা পৰিচালিত নগাঁৱৰ কিৰণবালা গোস্বামী বিদ্যালয় ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই সাব্যস্ত কৰে ভোটাধিকাৰ ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন-