অপহৃত ৰিতুল শইকীয়াৰ অপহৰণ সন্দৰ্ভত কি ক’লে আত্মীয়ই ? - অ’এনজিচি বিষয়া ৰিতুল শইকীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11482652-303-11482652-1618987820432.jpg)
মঙলবাৰে নিশা 5 জনীয়া অস্ত্ৰধাৰী এটা দলে লাকুৱাস্থিত অ’এনজিচিৰ তিনিগৰাকীকৈ বিষয়াক অপহৰণ কৰা ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত ৷ অপহৃত বিষয়া তিনিগৰাকী ক্ৰমে- মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া । ইয়াৰে ভিতৰত ৰিতুল শইকীয়াৰ ঘৰ যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলা নাঙল গাঁৱত । ৰিতুল শইকীয়াৰ অপহৰণৰ খবৰ আহি পোৱাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গৰ লগতে আত্মীয়-স্বজন । শুনক কি কয় অপহৃত বিষয়াগৰাকীৰ আত্মীয়ই...