বৰপেটাত অন্ন সুৰক্ষা যোজনা আঁচনিৰ অধীনত চাউল বিতৰণ - anna mahotsav
🎬 Watch Now: Feature Video

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা(PM Garib Kalyan Yojana) আঁচনিৰ অধীনত বৰপেটাত অন্ন মহোৎসৱ(Anna Mahotsav) ৷ এই মহোৎসৱত মঙলবাৰে অন্ন সুৰক্ষা যোজনা আঁচনিৰ হিতাধিকাৰীলৈ 5 কিল’গ্ৰামকৈ চাউল বিতৰণ কৰা হৈছে ৷ এই আঁচনিৰ জৰিয়তে জিলাখনৰ মুঠ 2 লাখ 57 হাজাৰ 731 গৰাকী ব্যক্তিয়ে অতিৰিক্ত 5 কিল’গ্ৰামকৈ চাউল লাভ কৰিব বুলি বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে সদৰী কৰে ৷ চাওক এই প্ৰতিবেদন...