প্ৰসংগ লাওখোৱা অভয়াৰণ্যঃ বনমন্ত্ৰীৰ পৰিমল শুক্লবৈদ্যৰ বিপৰীত মন্তব্য - undefined
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3687532-166-3687532-1561733467845.jpg)
দুদিন পূৰ্বে ইটিভি ভাৰতত প্ৰকাশ হৈছিল লাওখোৱা অভয়াৰণ্যত হত্যা কৰি পুতি থোৱা গড়ৰ কংকাল উদ্ধাৰৰ বাতৰি ৷ কংকাল উদ্ধাৰ হোৱা স্থানতে উদ্ধাৰ হৈছিল বন বিভাগৰ AK 47 ৰাইফল গুলী ৷ কিন্তু শুকুৰবাৰে সাংবাদিকে এই বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰী পৰিমল শুক্লবদ্যৰ অদ্ভুত মন্তব্য ৷ উদ্ধাৰ হোৱা কংকালটো সন্ধানহীন গঁড়ৰ বুলি এতিয়াও হেনো নিশ্চিত নহয় । চাওক আমাৰ এক প্ৰতিবেদন...
TAGGED:
rhino poaching update