গণৰাজ্য দিৱস বিশেষ : সংস্কৃত ভাষাত এটি দেশপ্ৰেমমূলক গীত

By

Published : Jan 26, 2022, 8:37 AM IST

thumbnail
আজি ভাৰতবৰ্ষৰ 73 তম গণৰাজ্য দিৱস ৷ এই বিশেষ দিনটোত আপোনালোকলৈ আগবঢ়াইছোঁ সংস্কৃত ভাষাত বাণীবদ্ধ কৰা এটি দেশপ্ৰেমমূলক গীত ৷ ‘‘বিজয়ী বিশ্বে ত্ৰিৰংগা প্যাৰা’’ শীৰ্ষক শ্যামলাল গুপ্তা প্ৰসাদ ৰচিত গীতটি সংস্কৃতলৈ অনুবাদ কৰিছে ড৹ নাৰায়ণ দত্ত মিশ্ৰই ৷ গীতটিৰ সুৰ পণ্ডিত ভজন চুপুৰীৰ ৷ কণ্ঠদান কৰিছে ৰঞ্জন বেজবৰুৱাই ৷ সহযোগী কণ্ঠশিল্পী সকল ক্ৰমে কৃষ্ণা, মনমিত আৰু নিভাৰাণী ৷ গীতটিৰ শব্দৰ পুনঃমিশ্ৰণ কৰিছে প্ৰাঞ্জল বৰাই ৷ এই গীতটিৰেই সকলোকে ইটিভি ভাৰতৰ তৰফৰ পৰা জনালোঁ গণৰাজ্য দিৱসৰ শুভেচ্ছা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.