thumbnail

By

Published : Mar 27, 2021, 9:15 AM IST

ETV Bharat / Videos

টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱাৰ ভোটাৰধিকাৰ সাব্যস্ত

টীয়ক বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, বিধায়িকা তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষা ৰেনুপমা ৰাজখোৱাই ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁৰ বাসভৱনৰ কাষৰে টীয়ক বঙালী গাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ৷ ভোটাধিকাৰ সাব্যস্ত কৰি বিধায়িকা গৰাকীয়ে গণতন্ত্ৰক শক্তিশালী কৰাৰ স্বাৰ্থত সকলো ভোটাৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.