ফিল'বাৰী ঘটনাক লৈ নাট্যকাৰ ৰাজীৱ লোচন বৰাৰ প্ৰতিক্ৰিয়া

By

Published : Oct 16, 2021, 8:40 PM IST

thumbnail
১১ অক্টোবৰত ফিল'বাৰীৰ চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত সংঘটিত হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফিল'বাৰীৰ জ্যেষ্ঠ নাট্যকাৰ ৰাজীৱ লোচন বৰাই ৷ এনে ঘটনা যাতে পুনৰ বাৰ সংঘটিত নহয় তাৰ বাবে সকলোকে সচতেন হ'ব আহ্বান নাট্যকাৰ গৰাকীৰ ৷ লগতে বিদ্যালয়খনত বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৰাজীৱ লোচন বৰাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.