প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত কি ক’লে ৰণজিৎ দাসে... - Reaction of Ranjit Das about tarun gogoi's health situation assam etv bharat news
🎬 Watch Now: Feature Video
স্বাস্থ্যৰ যথেষ্ঠ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত ইতিমধ্যে উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ গুণমুগ্ধৰ লগতে দলীয় নেতা-কৰ্মী ৷ সমান্তৰালকৈ উপস্থিত হৈছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস ৷ দাসে তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত কি ক’লে এয়া চাওক এই প্ৰতিবেদনত-