পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কি ক’লে বিশ্বনাথবাসীয়ে...

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 25, 2021, 2:02 PM IST

ক্ৰমাগত হাৰত বৰ্ধিত ইন্ধনৰ মূল্য ৷ সেয়া লাগিলে পেট্ৰ’ল-ডিজেল হওক বা ৰন্ধন গেছৰ চিলিণ্ডাৰেই হওক ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে গ্ৰাহকক ৷ সোমবাৰৰ দিনটোত বিশ্বনাথত পুনৰ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৪.১৪ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত এই মূল্য হৈছে ৯৬.৫৬ টকা ৷ কিন্তু ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰসংগত আজিও নীৰৱ হৈ আছে কেন্দ্ৰ-ৰাজ্য চৰকাৰ ৷ ব্যক্তিগত বাহনৰ গৰাকীসকলে বাহনখন প্ৰয়োজনীয় কামত বাহিৰলৈ নিনিলেও নহয় আৰু নিলেও অধিক মূল্য ভৰি ক্ৰয় কৰিব লাগে ইন্ধন ৷ ইটিভি ভাৰতৰ বিশ্বনাথৰ সংবাদদাতা শ্ৰীমন্ত দাসে এই মূল্যবৃদ্ধিৰ প্ৰসংগত গ্ৰাহকৰ মনৰ খবৰ ল’বলৈ উপস্থিত হৈছিল এটা স্থানীয় ডিপোত ৷ চাওক এই প্ৰতিবেদন-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.