thumbnail

অ’এনজিচিৰ বিষয়াক লৈ পিতাম্বৰদেৱ গোস্বামীৰ প্ৰতিক্ৰিয়া

By

Published : Apr 21, 2021, 10:50 PM IST

অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা বন্দুকধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ৷ তিনিজন কৰ্মীক অপহৰণৰ খবৰ বিয়পি পৰাৰ লগত সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি হৈছে ৷ অপহৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে ৷ অ’এনজিচিৰ তিনি বিষয়াক মুকলি কৰিবলৈ আহ্বান জনায় সত্ৰাধিকাৰ গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.