চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে নতুন চৰকাৰে কাম কৰিব বুলি আশাবাদী ৰাফেল কুজুৰ - জনজাতিকৰণ
🎬 Watch Now: Feature Video

ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ নতুন চৰকাৰখনে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰিব বুলি আশাবাদী আছাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি ৰাফেল কুজুৰ ৷ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ লগতে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতো নতুন চৰকাৰে গুৰুত্ব দিব বুলি ৰাফেল কুজুৰে আশা ব্যক্ত কৰিছে । আছাৰ প্ৰাক্তন সভাপতি জনে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ সকলো সমস্যাৰ বিষয়ে জ্ঞাত গতিকে তেওঁ এইবাৰ জনগোষ্ঠীৰ বাবে কাম কৰিব ।