ৰঙাপৰাত ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে - Rangapara constituency
🎬 Watch Now: Feature Video

ৰাজ্যত ৪ সমষ্টিৰ লগতে ৰঙাপৰা সমষ্টিতো সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । পুৱাই ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে নিজ ভোটকেন্দ্ৰত ভোটধিকাৰ সাব্যস্ত কৰে । ভোটদান কৰাৰ পাচত আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীৰ সাক্ষাৎকাৰঃ