ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সংবাদমেল - raijor dol
🎬 Watch Now: Feature Video
'সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ স্বাস্থ্য খণ্ডৰ স্থান 12 নম্বৰত আছে ৷ পৰ্যাপ্ত চিকিৎসকৰ অভাৱত অসমৰ স্বাস্থ্য খণ্ডত এক পয়ালগা অৱস্থাৰ সৃষ্টি হৈছে ৷' এক সংবাদমেল সম্বোধন কৰি এইদৰে অসমৰ স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়ে ৷
Last Updated : May 31, 2021, 4:48 PM IST