thumbnail

থাওৰাত এককভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাইজৰ দলে: অখিল গগৈ

By

Published : Sep 8, 2021, 12:45 PM IST

ৰাজ্যৰ আগন্তুক উপ নিবাৰ্চনক (By Election) লৈ তৎপৰ শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী দলসমূহ । বিধায়ক অখিল গগৈৰ(Akhil Gogoi) নেতৃত্বত ৰাইজৰ দলে(Raijor Dal) কংগ্ৰেছ দলৰ সৈতে একত্ৰিতভাৱে উপ নিৰ্বাচনত প্ৰতদ্বন্দিতা আগবঢ়োৱাৰ তৎপৰতা আৰম্ভ কৰিছিল যদিও কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা আজি পৰ্যন্ত হৈ নুঠিল । মঙলবাৰে থাওৰা সমষ্টিৰ(Thowra Constituency) ডিমৌ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাত বাহৰ পাতি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মিত্ৰতা সম্পৰ্কত কংগ্ৰেছে কোনো স্পষ্ট নকৰাৰ কথা উল্লেখ কৰে । সেয়ে থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলে এককভাৱে প্ৰতিদ্বন্দিতা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.