বিজয়ৰ পাচতেই কুইন ওজাৰ প্ৰতিক্ৰিয়া - নৰেন্দ্ৰ মোডী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3366834-thumbnail-3x2-queen.jpg)
গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ ৷ বিজয়ৰ পাচতেই নৰেন্দ্ৰ মোডী চৰকাৰৰ এজন সদস্য় ৰূপে নিয়োজিত হ’বলৈ পায় সুখী বুলি কয় কুইন ওজাৰ ৷ জয়ৰ পিচতে গুৱাহাটীৰ ভোটাৰ ৰাইজক ধন্যবাদ বিজেপি প্ৰাৰ্থীগৰাকীৰ ৷