দেৱী দুৰ্গাৰ এইবাৰ আগমন আৰু গমন কিহত ?

By

Published : Sep 29, 2021, 1:05 PM IST

thumbnail

শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামি আহে দুৰ্গতিনাশিনী মা দেৱী দুৰ্গা । কিন্তু এইবাৰ দুৰ্গা দেৱীৰ আগমনে কি বতৰা কঢ়িয়াই আনিছে ধৰাৰ বুকুলৈ ? উগ্ৰতাৰা দেৱালয়ৰ দলৈ পৰমেশ্বৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি এইবাৰ দেৱী ঘোঁৰাত আহিব আৰু দোলাত যাব । দেৱী অহা যোৱা দুয়োটা ফলে বেয়া । দেৱী ঘোঁৰাত আহিলে ছত্ৰভংগ হয় । যাৰ বাবে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পূৰ্বানুমান কৰা হৈছে । আনহাতে দেৱী দোলাত যোৱাৰ বাবে মহামাৰী হ’ব । অচিন ৰোগেও দেখা দিব পাৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.