ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন - মৰণোত্ত পৰীক্ষা
🎬 Watch Now: Feature Video

সম্পন্ন হ'ল ইন্দ্ৰেশ্ব বৰাৰ মৃতদেহৰ মৰণোত্ত পৰীক্ষা ৷ মৰণোত্ত পৰীক্ষা সম্পন্ন হোৱাৰ পাচতে প্ৰশাসনে মৃতদেহটো চমজাই দিয়ে পৰিয়ালৰ লোকক ৷ উল্লেখ্য যে, পুৱা কাজিৰঙাৰ ষষ্ঠ সংযোজন বনকৰ্মীসকলে প্ৰত্যক্ষ কৰিছিল ইন্দ্ৰশ্ব বৰাৰ মৃতদেহ ৷
Last Updated : Sep 11, 2021, 5:06 PM IST