উজনিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে জলা-কলা খুৱাইছে ৰাইজক - undefined

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 31, 2021, 5:28 PM IST

জৰাজীৰ্ণ উজনিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাই পথছোৱাই জীয়াতু ভোগাইছে সাধাৰণ জনতাক । যোৰহাটৰ বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে সমগ্ৰ পথচোৱাতে দ-গাঁতৰ সৃষ্টি হোৱাৰ উপৰি পথটোৰ বিভিন্ন স্থানত সম্প্ৰসাৰণৰ কাম নকৰাত পথটোৱে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত নিতৌ দুৰ্ঘটনা সংঘটিত হৈছে এইচোৱা পথত ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.