thumbnail

2021 ৰ নিৰ্বাচন সন্দৰ্ভত কি ক'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?

By

Published : Mar 20, 2021, 5:20 PM IST

নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ কেইটামান দিন ৷ ইয়াৰ পিচতে পৰ্যায়ক্ৰমে আৰম্ভ হ'ব ৰাজ্যৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ লক্ষণীয়াভাৱে প্ৰতিটো নিৰ্বাচনৰ দৰে এইবাৰো নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ সন্মোহনী বাণেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টাত ব্যস্ত ৰাজনৈতিক দলসমূহ আৰু প্ৰতিগৰাকী প্ৰাৰ্থী ৷ কিন্তু 2021 ৰ নিৰ্বাচনত কেনেকুৱা এখন চৰকাৰ বিচাৰে আজিৰ ছাত্ৰ সমাজে ? এয়ে লৈ আমাৰ সাংবাদিক উপস্থিত হৈছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ কাষত ৷ কি ক'লে ছাত্ৰ সমাজে ইটিভি ভাৰতৰ পলিটিক্স এণ্ড কেম্পাচত চাওঁ আহক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.