ৰাজ্যত পুনৰ প্লাষ্টিক চাউলৰ আতংক - assam manipur border
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13485415-thumbnail-3x2-hjgfuh.jpg)
প্লাষ্টিকৰ চাউল লৈ আতংক কাছাৰ জিলাৰ অসম-মণিপুৰ সীমান্তৰ জিৰিঘাটত । অভিযোগ মতে, জিৰিঘাটৰ এজন বেপাৰী পৰা উদ্ধাৰ চাউল খিনি l চাউল বেপাৰীজনৰ নাম সত্যব্রত ৰয় বুলি জানিব পৰা গৈছে l কিন্তু তেওঁৰ পৰিৱৰ্তে এতিয়া তেওঁৰ ব্যৱসায় চলাইছে সুমা সাহা নামৰ এগৰাকী মহিলাই l জানো আহক ক’ৰ পৰা কেনেকৈ অনা হ’ল এই প্লাষ্টিকৰ চাউল খিনি ৷