thumbnail

By

Published : Apr 14, 2019, 2:23 PM IST

ETV Bharat / Videos

বতৰকো কাটি কৰি তেজপুৰত কঁকাল ঘূৰাই নাচিলে নাচনীয়ে

অসমৰ বাপতি সাহোন ৰঙালী বিহু, অসমীয়াৰ হিয়াৰ আমঠু এই বিহুক সাত বিহু বুলি কোৱা হয় । এই সাত বিহুৰ প্ৰথম দিনটোত পালন কৰা হয় গৰু বিহু । এই উপলক্ষে তেজপুৰৰ ডিপোতাত সমূহ গাঁৱৰ ৰাইজে একত্ৰিত হৈ গৰুক গা ধুৱাই নদীৰ পাৰত ডেকা গাভৰুৱে বিহুৰ নৃত্য গীতৰে প্ৰতিকূল বতৰকো নেওচি এইদৰেই উদযাপন কৰে গৰু বিহু । তেজপুৰৰ পৰা চাওঁক প্ৰণৱ কুমাৰ দাসৰ প্ৰতিবেদন...

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.