অসমত শিল্পীৰ অৱস্থা কেনে ? পাঠশালাৰ দুলুমণি দেৱীৰ কাহিনীৰে - পাঠশালা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2019, 1:54 PM IST

এসময়ৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী পাঠশালাৰ দুলুমণি দেৱী বিগত প্ৰায় ৮ বছৰ কাল সিৰাৰ ৰোগত আক্ৰন্ত হৈ আছে ৷ নিসংগ আৰু ৰুগীয়া হৈ পৰা শিল্পী গৰাকীৰ চিকিৎসাৰ বাবে সৰ্বস্বান্ত হৈ পৰিছে অভিনেতা স্বামী ৷ শিল্পী গৰাকীৰ কাষত থিয় দিবলৈ এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী অথবা প্ৰযোজকৰ সময় নাই , সময় নাই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ৷ শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত অভিনেত্ৰী গৰাকী ৷ শিল্পী গৰাকীক প্ৰয়োজন সহায়ৰ হাত ৷ চাওঁক এই প্ৰতিবেদন,.....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.