মৰণফান্দত পৰিনত পাঠশালাৰ উৰনীয়া সেঁতু - Road Construction
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3443134-thumbnail-3x2-0.jpg)
2005 চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰা পাঠশালা ৰে'লৱে ক্ৰছিং উৰণীয়া সেঁতুত সৃষ্টি হৈছে মৰণফান্দসদৃশ গাঁতৰ ৷ কেএমচি নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে উত্থাপন হৈছে কোটি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ৷ চাৰিমাহ পূৰ্বে ৰাইজৰ বাবে মুকলি কৰি দিয়া উৰণীয়া সেঁতুখনত সৃষ্টি হৈছে সাত ফুট ব্যাসাৰ্ধ্যৰ প্ৰকাণ্ড গাঁত ৷