বৰপেটাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ - flood affected area of barpeta
🎬 Watch Now: Feature Video

বৰপেটাৰ সাংসদ আব্দুল খালেকে পৰিদৰ্শন কৰিলে বাঘবৰ,জনীয়া,দক্ষিণ অভয়াপুৰী সমষ্টিৰ বানাক্ৰান্ত অঞ্চল ৷ সাংসদ আব্দুল খালেকৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ আহ্বান