বটদ্ৰৱাত পালনাম আৰু সতী ৰাধিকা উৎসৱ - অসম নিউজ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3319156-352-3319156-1558190439748.jpg)
পবিত্ৰ বৌদ্ধ পূৰ্ণিমা দিনটোত হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত দুটাকৈ উৎসৱৰ সমাহাৰে সৃষ্টি কৰিছে উখল-মাখল পৰিৱেশৰ ৷ পুৱাৰে পৰা হৰিনাম, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগৰে মুখৰিত হৈ পৰিল বটদ্ৰৱা থান