মহামাৰী ক’ৰণাৰ সৈতে যুঁজিবলৈ আত্মনিৰ্ভৰ হৈছে অসম : কেশৱ মহন্ত - N-95

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 7, 2021, 5:32 PM IST

উত্তৰ-গুৱাহাটীত উপস্থিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ উপস্থিত হৈয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেতবোৰ উল্লেখযোগ্য মন্তব্য কৰে ৷ ক’ৰণা মহামাৰীৰে যুঁজিবলৈ এতিয়া অসম আত্মনিৰ্ভৰ হৈছে ৷ ইপিনে N-95 মাস্ককে ধৰি বিভিন্ন ধৰণৰ প্ৰয়োজনী থলুৱা সামগ্ৰী প্ৰস্তুত কৰিবলৈ ব্যৱসায়ীসকলক উৎসাহিত কৰিছে অসম চৰকাৰে এই মন্তব্য কৰে উত্তৰ গুৱাহাটীত N-95 মাস্ক নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠান মুকলি কৰবলৈ গৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ জানিবপৰা মতে, ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত লুহিত নামৰ উদ্যোগটোৱে আৰম্ভ কৰিছে N-95 আৰু চাৰ্জিকেল মাস্ক প্ৰস্তুতৰ কাম । এই উদ্যোগটোৱে উৎপাদন কৰা মাস্ক ৰাজ্যৰ লগতে উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যলৈ ৰূপ্তানি কৰাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে বুলি সদৰি কৰিছে কেশৱ মহন্তই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.