নিমাতীঘাটত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13025598-thumbnail-3x2-jsjs.jpg)
নিমাতীঘাট পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । চাৰিবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব দলং । কেন্দ্ৰীয় বন্দৰ, জল আৰু আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ফেৰী দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰে । ভৱিষ্যতৰ দিনত পুনৰ এনে হৃদয় বিদাৰক ঘটনা সংঘটিত নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাই সৰ্বানন্দ সোণোৱালে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মাজুলীৰ পৰা আহি যোৰহাটৰ নাও দুৰ্ঘটনাত নিখোঁজ হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱা ঘৰত উপস্থিত হয় ।