নৱম স্থানেৰে উজ্বলিল গোলাঘাটৰ নিহাৰিকা ভৰালী - হাইস্কুল শিক্ষান্ত পৰীক্ষা
🎬 Watch Now: Feature Video

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নৱম স্থানেৰে উজ্বলিল গোলাঘাটৰ নিহাৰিকা ভৰালী। গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰী নিহাৰিকা ভৰালী। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন গোলাঘাটৰ নতুন আমোলাপট্ৰিৰ মহেন্দ্ৰ ভৰালী আৰু জয়া নেওগ ভৰালীৰ জীয়ৰী নিহাৰিকা ভৰালীৰ ৷