APDCL কেলেংকাৰী : অভিযুক্তক জেৰা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী তদাৰকী কোষে - APDCL কেলেংকাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13277118-thumbnail-3x2-hshs.jpg)
APDCL ত ধন দি চাকৰি লোৱা প্ৰাৰ্থীৰ চলিছে জেৰা ৷ প্ৰতিদিনে দহ পোন্ধৰ গৰাকী প্ৰাৰ্থীক জেৰা মুখ্যমন্ত্ৰী তদাৰকী কোষৰ ৷ প্ৰাৰ্থীয়ে নক’লেও ধন দি চাকৰি ল'ব খোজা তথ্য আছে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ হাতত ৷ APDCL কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা বহু কেইগৰাকী বিষয়া জামিন বিচাৰি আৱেদন ।