ঘৰতে নামাজ পঢ়াৰ আহ্বান উত্তৰ-পূৱ-ভাৰত আমিৰে শ্বৰীয়ত মুফটি খাৰুল ইছলামৰ - উত্তৰ-পূৱ-ভাৰত আমিৰে শ্বৰীয়ত মুফটি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 27, 2020, 2:29 PM IST

সাম্ভাব্য কৰ’ণা ভাইৰাছ সংক্ৰমণৰ পৰা ৰাজ্যবাসীক দূৰত ৰখাৰ বাবে চৰাকৰে ঘোষণা কৰিছে কিছুমান নীতি-নিৰ্দেশনা ৷ ধৰ্মীয় অনুষ্ঠানসমূহত তিনিজনতকৈ অধিক লোকৰ সমাগম বন্ধ কৰি দিয়া হৈছে ৷ এইক্ষেত্ৰত সকলো লোককে চৰকাৰৰ এই নীতি-নিয়মসমূহ মানি চলাৰ বাবে আহ্বান জনাইছে উত্তৰ-পূৱ ভাৰত আমিৰে শ্বৰীয়ত মুফটি খাৰুল ইছলামে ৷ সমান্তৰালকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঘৰতে নামাজ আদায়ৰ বাবে আহ্বান জনায় উত্তৰ-পূৱ ভাৰত আমিৰে শ্বৰীয়ত মুফটি খাৰুল ইছলামে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.