ধুবুৰী DSP যতীন দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে আনন্দ মিশ্ৰই - যতীন দাস
🎬 Watch Now: Feature Video

ধুবুৰী DSP যতীন দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্ন উত্তৰত নগাঁৱৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰথম বাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আনন্দ মিশ্ৰই কয় যে, ‘‘মই ধুবুৰীত কৰ্মত থকালৈকে সকলো দিশ কঠোৰভাৱে নিৰীক্ষণ কৰিছিলোঁ । আৰক্ষীৰ অধীনত থকা লোক সকলৰ নিজা কৰ্মত মনোনিবেশ কৰাব পাৰো মই, কিন্তু মানসিক চিন্তাধাৰা সলনি কৰাবলৈ ইমান সহজ নহয়’’ ।