ধন দিব নোৱৰাৰ বাবে প্ৰধান শিক্ষকে দিয়া নাই মাৰ্কশ্বিট - শংকৰদেৱ বিদ্যা নিকেতন
🎬 Watch Now: Feature Video

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও কঠিয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অতি দুখীয়া ঘৰৰ ছাত্ৰী নিমিষা বৰা ৷ মাচুল দিব নোৱাৰাৰ বাবেই মেধাৱী ছাত্ৰী গৰাকীক মানসিক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ এনে এক অমানবীয় কাণ্ডক লৈ ধিক্কাৰ দিছে কঠিয়াতলীৰ সচেতন মহলে
Last Updated : May 21, 2019, 4:28 PM IST