নগাঁৱত 144 ধাৰা ভংগ কৰি অব্যাহত আতচবাজীৰ ব্যৱসায় - নগাঁৱত 144 ধাৰা ভংগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9535088-410-9535088-1605267607038.jpg)
দীপাৱলীৰ এদিন পূৰ্বে নগাঁৱত 144 ধাৰা ভংগ কৰি অব্যাহত আছে আতচবাজীৰ ব্যৱসায় । পদপথত আতচবাজী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও জিলা প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা অমান্য কৰিছে আতচবাজীৰ খুচুৰা ব্যৱসায়ীসকলে । বিভিন্ন ফটকা বিক্ৰীৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাকো ভ্ৰূক্ষেপ নকৰিলে ব্যৱসায়ীসকলে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...