thumbnail

ৰাজস্থানৰ ৰাজ প্ৰসাদৰ আৰ্হিত লতাশিলৰ পূজা মণ্ডপ

By

Published : Oct 7, 2019, 10:42 PM IST

লতাশিল খেল পথাৰৰ পূজা মণ্ডপত ভিৰ অগণন ভক্তৰ । ৰাজস্থানৰ ৰাজ প্ৰসাদৰ আৰ্হিত নিৰ্মিত লতাশিল মণ্ডপৰ সৌন্দৰ্যই আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজক । যাৰ বাবে মা দুর্গাৰ আশিস ল'বলৈ দূৰ দূৰণিৰ পৰা ভক্তই ভিৰ কৰে লতাশিলৰ পূজা মণ্ডপত ৷ লতাশিলৰ পৰা সাংবাদিক নূপুৰৰ প্ৰতিবেদন.......

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.