গোলাঘাটত নিতৌ চলিছে বন্যহস্তীৰ আক্ৰমণ: বছৰৰ প্ৰথম চাৰিটা দিনতে নিহত চাৰিজন - হাতী মানুহৰ সংঘাত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 4, 2022, 7:10 PM IST

গোলাঘাটত অধিক ভয়াৱহ হৈছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Golaghat) । বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গৈছে এজনৰ পাছত আন এজন লোকৰ । নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত হাতীৰ আক্ৰমণত প্ৰাণ গল মুঠ চাৰিজনকৈ লোকৰ । 2022 চনৰ প্ৰথমটো দিনৰ পৰা 5 নং ৰংবঙত এজন, ভাংবাৰীত দুজন আৰু পুনৰ মঙলবাৰে মৰঙীৰ মুৰফুলনীৰ দৈগ্ৰোং নৈত গা ধুবলৈ যাওঁতে বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক (Multiple elephant attack incident in Golaghat) । নিহত লোকজন ফুলবাৰীৰ লক্ষীয়া ওৰফে আছুৱা মালপাহাৰীয়া বুলি জানিব পৰা গৈছে (Golaghat man killed in elephant attack ) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.