ভোগালীৰ প্ৰস্তুতিত ব্যস্ত বিধায়ক মৃণাল শইকীয়া - গোলাঘাত মাঘ বিহুট
🎬 Watch Now: Feature Video

কাইলৈ উৰুকা,উৰুকাৰ প্ৰাকমূহুৰ্তত অসমৰ প্ৰতিখন জিলাতে চলিছে ব্যাপক প্ৰস্তুতি ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভোগালীৰ প্ৰস্তুতিত ব্যস্ত হ'ল বিধায়ক মৃণাল শইকীয়া। শৈশৱত খৰি ফলা আদিক লৈ নষ্টালজিক বিধায়ক গৰাকী। মঙলবাৰে পুৱাৰে পৰা খৰি ফলাত ব্যস্ত হ'ল বিধায়ক মৃণাল শইকীয়াই । মেজিৰ তলত হাঁহে মাহে খোৱাৰ প্ৰস্তুতি বিধায়ক গৰাকীৰ। এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...