গছতলৰ বিহুত মুখৰিত বালিজান - GOSTOL BIHU
🎬 Watch Now: Feature Video

সমগ্ৰ ৰাজ্যতে অব্যাহত আছে সাত বিহুৰ উৎসাহ-উদ্দীপনা ৷ সমান্তৰালকৈ উজনিৰ মৰাণ জনগোষ্ঠীৰ গাঁওসমূহতো দেখা গৈছে ৰঙালীৰ ব্যাপক উচাহ ৷ জনগোষ্ঠীটোৰ গছতলৰ বিহু আৰু ৰাতি বিহুৰ ব্যাপক উচাহৰ সময়তে বালিজান গাঁৱৰ পৰা আমাৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক প্ৰতিবেদন ...