"১০০ দিনত এখন চৰকাৰৰ সফলতা বিফলতা বিচাৰ কৰিব নোৱাৰি"- কুমাৰ দিপক দাস

By

Published : Sep 8, 2019, 5:02 PM IST

Updated : Sep 8, 2019, 5:17 PM IST

thumbnail
প্ৰধানমন্ত্ৰী মোডীৰ ১০০ দিনীয়া কাৰ্যকালক লৈ অসম গণ পৰিষদৰ নেতা কুমাৰ দিপক দাসৰ মন্তব্যঃ "১০০ দিনত এখন চৰকাৰৰ সফলতা বিফলতা বিচাৰ কৰিব নোৱাৰি । কিন্তু এন আৰ চি অসমৰ ৰাইজৰ বাবে বৃহৎ সফলতা ।বিশেষকৈ অসম চুক্তি অনুযায়ী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লাভ কৰিছে ৰাইজে ।যি দাবী আমি 1985 ৰ পৰা কৰি আহিছোঁ ।বিশেষকৈ এই 100 দিনত অসমৰ ৰাইজে যথেষ্ট খিনি প্ৰতিশ্ৰুতি পাইছোঁ কিন্তু ফল পাবলৈ ১ টা বছৰ অপেক্ষা কৰিব লাগিব ৷"
Last Updated : Sep 8, 2019, 5:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.