Jayanta Malla Barua on Caa : অসমত বন্ধ হ’ল চান্দাৰ দোকান - জয়ন্ত মল্ল বৰুৱা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13743105-thumbnail-3x2-hff.jpg)
নলবাৰীত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বিতৰ্কিত মন্তব্য(Controversial statement of MLA Jayanta Malla Barua) ৷ বিজেপি বিধায়ক গৰাকীয়ে কয়, আন্দোলন নোহোৱা বাবে কিছুমান মানুহৰ গা খজুৱাই আছে । আন্দোলন নকৰিলে তেওঁলোকৰ দোকান নচলে, চান্দাও নুঠে সেয়ে এতিয়া তেওঁলোকে আন্দোলন বিচাৰি আছে বুলিও সালোচনা কৰে তেওঁ । যুৱ ৰাজনৈতিক নেতা লুৰীণ জ্যোতি গগৈক সমালোচনা কৰি তেওঁ কয়, কেৱল লুৰীণ জ্যোতি গগৈয়ে নহয় এনেকুৱা দোকান অসমত বহু মানুহে বহু বছৰ আগৰ পৰা চলাই আছিল(MLA Jayanta Malla Barua takes a jibe on anti CAA movement leaders) । চান্দা সংস্কৃতি বন্ধ কৰি দিয়া বাবে তেওঁলোকে কা আন্দোলন কৰিম বুলি কৈছে(Anti CAA protest in Assam) ।