চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অগ্নিসংযোগ দুস্কৃতিকাৰীৰ - revenue circle office at Chabua
🎬 Watch Now: Feature Video

চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুস্কৃতিকাৰীৰ অগ্নিসংযোগ(Miscreants burnt revenue circle office at Chabua) ৷ ২০১৯ চনৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ (CAA protest in Dibrugarh) সময়তো জ্বলাই দিছিল দুস্কৃতিকাৰীয়ে । মঙলবাৰ আবেলি চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ সমীপত অৱস্থিত কাৰ্যালয়টোত জুই প্ৰত্যক্ষ কৰে স্থানীয় লোকে । ৰাজহ চক্ৰ বিষয়া শিল্পী শিখা ঠাকুৰীয়া আৰু আৰক্ষী বিষয়া উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰ নিৰ্বাপন কৰে জুই । অগ্নিকাণ্ডৰ ফলত জাহ যায় কাৰ্যালয়টোৰ আচবাব-পত্ৰ ৷