thumbnail

By

Published : Nov 25, 2021, 6:17 PM IST

ETV Bharat / Videos

Minor rape : বঙাইগাঁৱত যৌন নিৰ্যাতনৰ বলি স্কুলীয়া ছাত্ৰী

বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাণী গাঁৱত সংঘটিত হৈছে এক ধৰ্ষণ(Rape Case in Bongaigaon)ৰ ঘটনা ৷ দুগৰাকী পত্নী থকা এজন স্বামীয়ে এগৰাকী স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, যৌন নিৰ্যাতনৰ পূৰ্বে বুধবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ অপহৰণ কৰি নিয়া হৈছিল ছাত্ৰীগৰাকীক (kidnap before rape) ৷ অপহৰণ কৰি মুখত সোপা দি বলপূৰ্বকভাৱে যৌন নিৰ্যাতন(Minor Girl Raped) চলায় অভিযুক্তই । কামনাৰ বলি হোৱা ছাত্ৰীগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.