নতুন বছৰত আহিব পাৰে চাহ জনগোষ্ঠীৰ বাবে ভাল খবৰ: সঞ্জয় কিষাণ - Government discuss on wages of tea workers
🎬 Watch Now: Feature Video
নতুন বছৰত আহিব পাৰে চাহ জনগোষ্ঠীৰ বাবে ভাল খবৰ (Good news for tea workers in New Year)। চাহ শ্ৰমিকৰ মজুৰী ৩৫০ টকালৈ বৃদ্ধিৰ গুণা গঁথা ৰাজ্য চৰকাৰৰ (Government discuss on wages of tea workers)। শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত চাহ জনগোষ্ঠীৰ সমন্বয় কলাক্ষেত্ৰ স্থাপনৰ প্ৰচেষ্টা অব্যাহত আছে । সমগ্ৰ পৰিকল্পনা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হাতত । বোকাখাতত এই মন্তব্য মন্ত্ৰী সঞ্জয় কিষাণৰ (Minister Sanjoy Kishan in Bokakhat) । উল্লেখ্য যে, কৰ্ম ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই ২০২১ ৰ শেষ দিনটোত প্ৰমোদ ভ্ৰমণ মন্ত্ৰী সঞ্জয় কিষাণৰ । বোকাখাতৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত পৰিয়ালৰ সৈতে নৈসৰ্গিক দৃশ্য চোৱাত ব্যস্ত মন্ত্ৰীগৰাকী (Sanjay Kishan visits Kaziranga National Park) ।